অাজন্ম প্ৰেম
কব নুৱাৰাকে বুকুৰ মাজত
ফুলিল এপাহ খৰিকাজাই
বতাহত হলো মতোলিয়া
মন গহনালে নামি অহিল
শ্য়ামোলীমা পথেৰে
অশা প্ৰতাশাৰ জোনাকৰ ধল...
সাতুৰি নাদুৰি অত্মহাৰা হব
এদিন মোৰ মনৰ চোতাল উকা হব
মৰহা পাতে ভৰি পৰিব
মৰহা পাতৰ জৰজৰনিত অনুৰনিত হব
হৄদয়ৰ নিভি কোনাত অ্ক্ষয় অফুৰন্ত অনুভুতি
অাজন্ম প্ৰেমৰ
Written by my Aunt (Dad's sister) on my dad's demise ..
No comments:
Post a Comment